■ বিগত মংগলবাৰে ভাৰতত প’ক’ এক্স৩ প্ৰ’ মুকলি কৰা হয় ।
■ নতুন প’ক’ ফোনটোত ২৫৬ জিবি ষ্ট’ৰেজ ক্ষমতা উপলব্ধ হ’ব ।
■ আগন্তুক ছয় এপ্ৰিলৰ পৰা ফোনটো ভাৰতত ক্ৰয় কৰিব পাৰিব ।
■প’ক’ এক্স৩ প্ৰ’ কুৱালকাম স্নেপড্ৰেগন ৮৬০ SoC-ৰ দ্বাৰা পৰিচালিত হ’ব ।
■ ফোনৰ নতুন মডেলটোত কুৱাৰ্ড ৰেয়াৰ কেমেৰাৰ লগতে ১২০ হাৰ্জ ডিছপ্লে উপলব্ধ হ’ব ।
■ প’ক’ এক্স৩ প্ৰ’-এ ছেমছাং গেলেক্সী এফ৬২, ৰিয়েলমি এক্স৭ আৰু ভিভ’ ভি২০ ২০২১ৰ স’তে প্ৰতিদ্বন্দিতা কৰিব ।
■ ৬ জিবি ৰেম + ১২ জিবি ষ্ট’ৰেজযুক্ত মডেলৰ মূল্য হ’ব ১৮,৯৯৯ টকা ।
■ ইপিনে, ৮ জিবি ৰেম + ১২৮ জিবি ষ্ট’ৰেজযুক্ত মডেলৰ মূল্য হ’ব ২০,৯৯৯ টকা ।
ভাৰতত উন্মোচন পালে কুৱাৰ্ড ৰেয়াৰ কেমেৰা, স্নেপড্ৰেগন ৮৬০ SoC যুক্ত প’ক’ এক্স৩ প্ৰ’
