অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

● চিৰাঙৰ বিজনী সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ হৈ নিৰ্ব্বাচনি প্ৰচাৰ চলাবলৈ অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
● বিজনীৰ উলুবাৰীৰ খেল পথাৰত অনুষ্ঠিত জনসভাক সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে।
● তেওঁক যোগ দিছে মন্ত্ৰী কেশৱ মহন্তই ।

Exit mobile version