কালিলৈ দ্বিতীয় পৰ্যায়ৰ ভোটদান

pti17 12 2020000018b 957189 1614678842

● কালিলৈ অসমত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ।
● ভাগ্যনিৰ্ণয় হ’ব ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ।
● এই পৰ্যায়ত ১৩ খন জিলাৰ ৩৯টা সমষ্টিত হ’ব ভোটগ্ৰহণ ।
● পুৱা সাত বজাৰ পৰা ছয় বজালৈ কৰিব পাৰিব ভোটদান ।
● ক’ভিড প্ৰ’ট’কলৰ মাজেৰে অনুস্থিত কৰা হ’ব ভোটগ্ৰহণ ।
● এই পৰ্যায়ত ভোটদান কৰিব ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ।

Exit mobile version