ভাৰতত উন্মোচন কৰা হ’ল ৰিয়েলমি জিটি নিঅ’

Realme GT 5G Feature

■ ৰিয়েলমি জিটি নিঅ’ত মেডিয়াটেক ডাইমেনছিটি ১২০০ SoC আৰু ট্ৰিপল ৰেয়াৰ কেমেৰা উপলব্ধ হ’ব ।
■ ই টিনিটা ৰঙত উপলব্ধ হ’ব ফাইনেল ফেণ্টছী, গীক ছিলভাৰ আৰু হেকাৰ ব্লেক ।
■ ৰিয়েলমি জিটি নিঅ’ৰ ৬ জিবি ৰেম +১২৮ জিবি ষ্ট’ৰেজ মডেলৰ মূল্য ২০,১০০ টকা ।
■ ইপিনে, ৮ জিবি ৰেম +১২৮ জিবি ষ্ট’ৰেজ মডেলৰ মূল্য ২২,৪০০ টকা আৰু ১২ জিবি ৰেম +২৫৬ জিবি ষ্ট’ৰেজ মডেলৰ মূল্য ২৬,৮০০ টকা ।
■ ৰিয়েলমি জিটি নিঅ’ ৪,৫০০ বেটাৰীযুক্ত হ’ব ।
■ ফোনটো আঠ এপ্ৰিলৰ পৰা ভাৰতীয় বজাৰত উপলব্ধ হ’ব ।
■ ইয়াত ৬৪ মেগাপিক্সেল ছোনী আইএম‌এক্স৬৮২ প্ৰাইমাৰী কেমেৰা উপলব্ধ ।
■ ৰিয়েলমি জিটি নিঅ’ত ডোৱেল মোড ৫ জি, ডোৱেল বেণ্ড ৱাই-ফাই, ব্লুটোথ ৫.১, ৩.৫mm হেডফোন জেক আৰু USB Type-C প’ৰ্ট উপলব্ধ হ’ব ।

Exit mobile version