লুৰিণজ্যোতি গগৈৰ চিকিৎসাধীন মাতৃৰ বিয়োগ

IMG 20210401 WA0002

লুৰিণজ্যোতি গগৈৰ চিকিৎসাধীন মাতৃৰ বিয়োগ

বুধবাৰে নিশা বিয়োগ ঘটে মাতৃ দুলু গগৈৰ ৷

মাতৃৰ বিয়োগৰ খৱৰ লাভ কৰিয়েই গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা লুৰিণজ্যোতি গগৈৰ ৷

এইমুহূৰ্তত এক আবেগিক পৰিবেশৰ সৃষ্টি হৈছে চিকিৎসালয়খনত ৷

Exit mobile version