অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান

assam election date

● আজি অসম বিধাানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ।
● পুৱা সাত বজাৰ পৰা সন্ধিয়া ছয় বজালৈ কৰিব পাৰিব ভোটদান ।
● ১৩খন জিলাত ৩৯ টকা সমষ্টিত ৩৪৫গৰাকী প্ৰাৰ্থীৰ হ’ব ভাগ্যনিৰ্ণয় ।
● এই পৰ্যায়ত ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে কৰিব ভোটদান ।
● ইতিমধ্যে প্ৰতিটো সমষ্টিত ১০.৩০ লৈ ২০.২৫ শতাংশ ভোটদান সম্পন্ন হৈছে ।

● দিনৰ ১১বজালৈ ২২.৭৫ শতাংশ ভোটদান সম্পন্ন ।

● ১১.৩০ বজালৈ ৩১.৮০ শতাংশ ভোটদান সম্পন্ন ।

● বিয়লি ১২ বজালৈ ৩৫.৭৫ শতাংশ ভোটদান সম্পন্ন ।

● বিয়লি ১২.৩০ বজালৈ ৩৯.৪৫ শতাংশ ভোটদান সম্পন্ন ।

● বিয়লি এক বজালৈ ৪২.১৫ শতাংশ ভোটদান সম্পন্ন ।

● বিয়লি ১.৩০ বজালৈ ৫০.০৯ শতাংশ ভোটদান সম্পন্ন ।

● বিয়লি দুই বজালৈ ৫৬.৪৮ শতাংশ ভোটদান সম্পন্ন ।

● বিয়লি ২.৩০ বজালৈ ৫৮.৬৫ শতাংশ ভোটদান সম্পন্ন ।

● বিয়লি তিনি বজালৈ ৫৯.১৫ শতাংশ ভোটদান সম্পন্ন ।

● বিয়লি ৩.৩০ বজালৈ ৬৩.০৩ শতাংশ ভোটদান সম্পন্ন ।

● বিয়লি চাৰি বজালৈ ৬৩.০৪ শতাংশ ভোটদান সম্পন্ন ।

● সন্ধিয়া ছয় বজালৈ ৮০.৯৬ শতাংশ ভোটদান সম্পন্ন ।

Exit mobile version