ওদালগুৰিত এটাৰ পাছত আনটো কেন্দ্ৰত ইভিএম বিকল

Picture 4

● ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰত ইভিএম বিকল ।

●‌ ভোটকেন্দ্ৰটোৰ নম্বৰ ১৭৭(এ) ।

●‌ প্ৰায় দুঘণ্টা ধৰি ৰাইজে অপেক্ষা কৰি থকাৰ অভিযোগ ।

● অৱশেষত সলনি কৰা হ’ল ইভিএম ছেট ।

Exit mobile version