তৃতীয় পৰ্যায়ৰ অসম বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Screenshot 275

● কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ ।
● ইউপিপিএলৰ তিনিজন সদস্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ।
● ইউপিপিএলৰ প্ৰাৰ্থী ল’ৰেন্স ইছলাৰী, মনোৰঞ্জন ব্ৰহ্ম আৰু সোমনাথ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ।
● অসমীয়া আৰু বড়ো ভাষাত ৰাইজক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।
● ভাষণ প্ৰসংগত বডোফা ভূপেন্দ্ৰ নাথ ব্ৰহ্মক স্মৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Exit mobile version