বাতিসাহোন বিহুৰ আগমনত তাঁতশালত ব্যস্ত পদুমী

Screenshot 277

চাৰিওফালে নিৰ্বাচনী বতাহ বয় থকাৰ সময়তে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ বাবে তাঁতশালত ব্যস্ত হৈ পৰিছে নলবাৰীৰ মধুপুৰ, খাৰচিথাৰ পদুমী দাস ।

অসমীয়াৰ স্বাভিমান, গামোচা ব’বলৈ তেওঁ আজি বাতি কাঢ়ি আছে । সাঁচি থোৱা দুপইচাৰে সূতা কিনি স্বাভিমান ৰক্ষাৰ প্ৰচেষ্টা । পদুমীয়ে হাইস্কুল পৰ্যায়ৰ পৰাই এই কাম ধাৰাবাহিকভাৱে কৰি আহিছে ।

Exit mobile version