আলফা-স্বাই অপহৰণ কৰা দুই অভিযন্তাক মুক্তি

● ২১ ডিচেম্বৰত অপহৰণ কৰা কুইপ’ৰ দুই অভিযন্তাক মুকলি কৰিলে আলফা-স্বাই ।
● তিনি মাহ ১৪ দিন বন্দী কৰি ৰখাৰ পাছত আজি মুকলি কৰা হ’ল প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক ।
● মুক্তিৰ বিনিময়ত দাবী কৰিছিল বৃহৎ পৰিমাণৰ ধন ।
● অতি শীঘ্ৰে অসমত প্ৰৱেশ কৰিব অভিযন্তা দুগৰাকী ।

Exit mobile version