ক’ভিড আপডেট

covid test 1296x728 header

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৯৩ হেজাৰ ২৪৯ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●  মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে   ১,২৪,৮৫,৫০৯ জন ।
● ইতিমধ্যে এক লাখ ৬৪ হেজাৰ ৬২৪ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৫১৩ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।
● ইতিমধ্যে ২৪ কোটি ৮১ লাখ ২৫ হেজাৰ ৯০৮ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● যোৱা ২৪ ঘণ্টাত ১১ লাখ ৬৬ হেজাৰ ৭১৬ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ সাত কোটি ৫৯ লাখ ৭৯ হেজাৰ ৬৫১ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ২৯ লাখ ২৫ হেজাৰ ৩৫৬ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version