ছেমছাং গেলেক্সী এফ১২ ভাৰতত উন্মোচন হোৱাৰ পূৰ্বে তালিকাভুক্ত হ’ল গীকবেঞ্চত

Samsung Galaxy F12

■ ছেমছাং গেলেক্সী এফ১২ পাঁচ এপ্ৰিলত ভাৰতত উন্মোচন পোৱাৰ পূৰ্বে অন্তৰ্ভুক্ত হ’ল গীকবেঞ্চত ।
■ স্মাৰ্টফোনটোক এছ‌এম-এফ১২৭ জি হিচাপে তালিকাভুক্ত কৰা হৈছে গীকবেঞ্চত ।
■ ফোনটোত উপলব্ধ হ’ব ৬০০০mAh বেটেৰী ।
■ ছেমছাং গেলেক্সী এফ১২ ৮৫০এছচি-ৰ দ্বাৰা পৰিচালিত ।
■ ৪৮ মেগাপিক্সেল প্ৰাইমাৰী ছেনছৰযুক্ত বেক কুৱাড কেমাৰা উপলব্ধ হ’ব ।
■ ফোনটোত ৯০হাৰ্জৰ ডিছপ্লেও উপলব্ধ হ’ব ।
■ ফোনটো এণ্ড্ৰ‌ইড ১১ পৰিচালিত ।
■ ছেমছাং গেলেক্সী এফ১২ ৪ জিবি ৰেমযুক্ত ।
■ ফোনটোৰ উন্মোচন হোৱাৰ পাছত ই-কমাৰ্ছৰ জৰিয়তে ফ্লিপকাৰ্টৰ পৰা ক্ৰয় কৰিব পৰা যাব ।

Exit mobile version