● দক্ষিণ কোৰিয়াৰ এলজি ইলেক্ট্ৰনিক্সে আজি জনায় যে, তেওঁলোকে লোকচানৰ সন্মুখীন হোৱা স্মাৰ্টফোন সম্পূৰ্ণৰূপে বজাৰত বন্ধ কৰিব ।
● এলজি স্মাৰ্টফোনে একেলেথাৰি ছয় বছৰ প্ৰায় ৩৩,০১০ কোটি টকাৰ লোকচানৰ সন্মুখীন হয় ।
● আৰম্ভণিতে এলজি এপল আৰু ছেমছাং ব্ৰেণ্ডৰ পাছতে তৃতীয় বৃহত্তম স্মাৰ্টফোন প্ৰস্তুতকাৰী সংস্থা আছিল ।
● সম্প্ৰতি কোম্পানীটোৰ বিশ্বব্যাপী শ্বেয়াৰ মাত্ৰ দুই শতাংশ ।
● সংস্থাটোৱে বিগত বৰ্ষত প্ৰায় ১৬৮ কোটি ফোন বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছিল ।
এলজি ইলেক্ট্ৰনিক্সৰ স্মাৰ্টফোন ব্ৰেণ্ডে লোকচানৰ বাবে প্ৰত্যাহাৰ কৰিব বজাৰ
