বিটিচিত নিৰ্বাচনী হিংসা

● দেবৰগাঁও প্ৰাইমাৰী বিপিএফৰ নিৰ্বাচনী কাৰ্যালয়ত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ ।
● দেওবাৰে নিশা প্ৰায় ১:৩০ বজাত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে ।

● কাৰ্যালয়ৰ বহু আচবাব, সা-সামগ্ৰী ভষ্মীভূত হয় ।
● এই ঘটনাই সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

● বিৰোধী দল জড়িত থকাৰ অভিযোগ উত্থাপন বিপিএফ সদস্যৰ ।

Exit mobile version