Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bank Licence Cancelled:আৰবিআইয়ে বাতিল কৰিলে পেটিএম পেমেণ্টছ বেংকৰ অনুজ্ঞা পত্ৰ

গ্ৰাহকৰ স্বাৰ্থৰ বিৰুদ্ধে গৈ বেংকৰ কাম-কাজ চলোৱাৰ বাবেই এই কঠোৰ পদক্ষেপ RBI ৰ

publisher by publisher
April 25, 2026
in India
Reading Time: 1 min read
0
Bank Licence Cancelled:আৰবিআইয়ে বাতিল কৰিলে পেটিএম পেমেণ্টছ বেংকৰ অনুজ্ঞা পত্ৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Paytm : পেটিএম-ত আৰু নতুন একাউন্ট খুলিব নোৱাৰিব, নির্দেশ ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ

ৰন্ধন গেছৰ চিলিণ্ডাৰত তিনিশ টকা ৰেহাই !

গুগলৰ নিৰ্দেশনা উলংঘন কৰাৰ বাবে গুগল প্লে ষ্টৰৰ পৰা আঁতৰাই দিয়া হ’ল Paytm

Bank Licence Cancelled:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ভাৰতীয় ৰিজাৰ্ভ বেংকে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। শুকুৰবাৰে পেটিএম পেমেণ্টছ বেংক লিমিটেডৰ বেংকিং লাইচেন্স বাতিল কৰে। এই পদক্ষেপৰ ফলত বেংকটোৱে ২৪ এপ্ৰিলৰ পৰা বেংক হিচাপে কাম-কাজ বন্ধ কৰিব।নিজৰ আদেশত আৰ বি আইয়ে কয় যে, “ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ (বি আৰ এক্ট)ৰ ধাৰা ২২(৪)ৰ অধীনত পেটিএম পেমেণ্টছ বেংকক প্ৰদান কৰা বেংকিং অনুজ্ঞাপত্ৰ বাতিল কৰিছে। এই নিৰ্দেশনা কাৰ্যকৰী হ’ব ২৪ এপ্ৰিলৰ পৰাই ।

ADVERTISEMENT

উল্লেখ্য যে গ্ৰাহকৰ স্বাৰ্থৰ বিৰুদ্ধে গৈ বেংকৰ কাম-কাজ চলোৱাকে ধৰি অনুজ্ঞাপত্ৰ বাতিলৰ একাধিক কাৰণ উল্লেখ কৰি RBI য়ে কয় যে, পেটিএম পেমেণ্টছ বেংক লিমিটেডে বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ ধাৰা ৫(খ)ত সংজ্ঞায়িত কৰা অনুসৰি ‘বেংকিং’ৰ ব্যৱসায় বা ধাৰা ৬ৰ অধীনত নিৰ্দিষ্ট কৰা যিকোনো অতিৰিক্ত ব্যৱসায় চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ যিটো তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব।

আৰ বি আইয়ে নিজৰ আদেশত উল্লেখ কৰিছে যে বেংকৰ কাম-কাজ এনেদৰে চলি আছে যাৰ লগতে নিজৰ স্বাৰ্থৰ লগতে জমাকাৰীৰ স্বাৰ্থও ক্ষতিকাৰক। ইয়াৰ ফলত বি আৰ আইনৰ ২২(৩)(খ) ধাৰা অমান্য কৰা হয়।

আনহাতে আৰবি আৰ আইনৰ ধাৰা ২২(৩)(ঙ)ৰ অধীনত বেংকটোক কাম কৰি যাবলৈ অনুমতি দিলে কোনো উপযোগী উদ্দেশ্য বা জনস্বাৰ্থ পূৰণ নহ’ব বুলি ধৰা পৰিছিল। পেমেণ্ট বেংকৰ অনুজ্ঞাপত্ৰৰ অধীনত নিৰ্ধাৰিত চৰ্তসমূহ মানি নল’লে বেংকটোৱে। ইয়াৰ ফলত বি আৰ আইনৰ ২২(৩)(ছ) ধাৰা উলংঘা কৰা হৈছিল।

উল্লেখ্য যে আৰবিআইৰ এই পদক্ষেপৰ পিছতে বেংকটোৰ ওপৰত পূৰ্বে জাৰি কৰা নিষেধাজ্ঞানুসৰি ২০২২ চনৰ ১১ মাৰ্চৰ পৰা নতুন গ্ৰাহক যোগ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তাৰ পিছত ২০২৪ চনৰ ৩১ জানুৱাৰী আৰু ২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীত আৰ বি আইয়ে গ্ৰাহকৰ একাউণ্ট, প্ৰিপেইড ইনষ্ট্ৰুমেণ্ট, আৰু ৱালেটত কোনো ধৰণৰ নতুন জমা, ক্ৰেডিট, বা টপ-আপ নিষিদ্ধ কৰা হৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bank Licence CancelledPaytmrbi order
publisher

publisher

Related Posts

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান
India

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d