কণীৰ বগা অংশৰো আছে বিভিন্ন উপকাৰিতা

kb8r83h8 boiled

★কণীৰ বগা অংশ খালে শৰীৰত আইৰণৰ ঘাটি পূৰণ হয়। যদি কোনোবাই মূৰ ঘুৰোৱা বা ক্লান্তি অহাৰ দৰে সমস্যা থাকে তেনেহ’লে দিনে এটাকৈ কণী খাওক। মেগনাছিয়াম আৰু মেংগানিজ সমৃদ্ধ এই খাদ্যই শৰীৰক ক্লান্তিবোধৰ পৰা আঁতৰত ৰাখিব।

★কণীৰ বগা অংশই ছালৰ সংকোচন, ছালৰ তেলেতীয়া গুণ দূৰ কৰা, ব্ৰুণ প্ৰতিৰোধ আৰু মুখমণ্ডলৰ অবাঞ্চিত নোম আদি দূৰ কৰাত বহু উপকাৰী।

★কণীৰ বগা অংশ কেলছিয়ামৰে ভৰপূৰ। ই হাড় শক্তিশালী তথা মজবুত কৰাত সহায় কৰে। দেহত কেলছিয়ামৰ অভাৱ হ’লে কণীৰ বগা অংশ খাওক। তদুপৰি, কণীৰ এই বগা অংশই হাড়ৰ বিভিন্ন গুৰুতৰ সমস্যা দূৰ কৰাতো সহায় কৰে।

★শৰীৰৰ পেশীসমূহ মজবুত কৰি গঢ়ি তোলাত কণীৰ বগা অংশই বিশেষ সাহায্য কৰে। পেশীসমূহ শক্তিশালী কৰি ৰাখিবলৈ প্ৰতিদিনৰ খাদ্য তালিকাত কণীৰ বগা অংশ ৰাখক।

Exit mobile version