গোসাঁইগাঁৱৰ গাৰ্ডেনপুৰত বড়ো লোকসকলৰ বৈশাগু উৎসৱ পালন

WhatsApp Image 2021 04 17 at 12.50.51 PM

অসমবাসীৰ বাপতিসাহোন ৰঙালী বিহু ৰাজ্যজুৰি পালন কৰা হৈছে । তাৰে সমান্তৰালকৈ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত গাৰ্ডেনপুৰ গাঁৱত বড়ো জনগোষ্ঠীৰ লোকসকলে নাচি-বাগি আনন্দ উন্মাদনেৰে পালন কৰিছে বড়োসকলৰ বৈশাগু উৎসৱ ।

ৰাজ্য চৰকাৰে বান্ধি দিয়া এছ‌অ’পি সম্পূৰ্ণৰূপে মানি পালন কৰিছে এই বৈশাগু উৎসৱ। এসপ্তাহ জুৰি সকলোৱে লগে-ভাগে নাচি-বাগি এসাজ খাই পালন কৰিছে বিহু ।

Exit mobile version