ছিগনেছাৰ ইষ্টেটছ ইনফিনিটীত ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি

ছিগনেছাৰ ইষ্টেটছ ইনফিনিটী ডাঃ বি কে কাকতি ৰোড, উলুবাৰী এপাৰ্টমেণ্টত ভূমিকম্পৰ ফলত ক্ষতি ৷

কোনো লোকক সোমাবলৈ দিয়া হোৱা নাই ৷

আৰক্ষী লোকৰ লগতে অগ্নিনিৰ্বাপক বাহিনী লোক আহি উপস্থিত ৷

এপাৰ্টমেণ্টটোৰ ই ব্লকত হৈছে এই ক্ষতি ৷ ব্লকটোত কিমান পৰিয়াল আছে এই বিষয়ে কোনো কথা জনোৱা নাই ৷

৯ টা ফ্লৰ থকা বল্কটো ওপৰৰ মহলাত হৈছে এই ক্ষতি ৷

Exit mobile version