বোকাখাতত আগবাঢ়ি আছে অসম গণ পৰিসদ

বোকাখাতত আগবাঢ়ি আছে অসম গণ পৰিসদৰ প্ৰাৰ্থী অতুল বৰা।

সপ্তম ৰাউণ্ডৰ শেষত বৰাই লাভ কৰিছে ৩১হেজাৰ ১৭১টা ভোট।

১৯৮৫৬ টা ভোটত অগ্ৰগতি অতুল বৰাৰ |

Exit mobile version