বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

● ক’ভিড পৰিস্থিতিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা পিছুৱালে ছেবা-ই ।
● এই তথ্য সদৰী কৰে ছেবা-ৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে ।
● ১১ মে’ত অনুষ্ঠিত হ’বলগীয়া আছিল পৰীক্ষা ।
● পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগৰ স’তে আলোচনা কৰি দিন ঘোষণা কৰা হ’ব বুলি জনায় ছেবা-ই ।

Exit mobile version