বিহাৰত তলাবন্ধ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে

62069c62 ff20 11ea ac4b eb925e09bde9 1601778338816 1601778358707

কৰ’না সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ আজিৰে পৰা বিহাৰত তলাবন্ধৰ ঘোষণা । এই কথা ঘোষণা কৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । টুইটাৰযোগে এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।

টুইটাৰত নীতিশ কুমাৰে লিখিছে, “প্ৰশাসনৰ সকলো বিষয়া আৰু কেবিনেট সদস্যৰ স’তে হোৱা বৈঠকৰ পাছত সিদ্ধান্ত লোৱা হৈছে যে বিহাৰত ১৫ মে’লৈকে তলাবন্ধৰ কাৰ্যকৰী কৰা হ’ব।

Exit mobile version