স্থগিত কৰা হ’ল আইপিএল

817231 ipl 2021

কৰ’নাৰ গ্ৰাসত আই পি এল। বিচিচিআইয়ে জনাইছে যে বৰ্তমানৰ বাবে পিছুৱাই দিয়া হৈছে আইপিএল।

পুনৰ কেতিয়া আৰম্ভ হ’ব সেয়া বৰ্তমানলৈকে জনোৱা হোৱা নাই।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এজনৰ পাছত এজন ক্ৰিকেটাৰ কৰ’নাত আক্ৰান্ত হোৱাৰ পাছতেই লৈছে এই সিদ্ধান্ত ।

Exit mobile version