সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চিৰাং জিলা সমিতিৰ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ

WhatsApp Image 2021 05 07 at 11.50.38 AM

সংখ্যালঘু অধ্যুশিত চিৰাঙৰ বৰতালোৱা বজাৰত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চিৰাং জিলা সমিতিয়ে ক’ভিড সজাগতাৰে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে।

চিৰাং জিলাৰ বৰতালোৱা বজাৰত আজি ৰাতিপুৱা দহ বজাত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চিৰাং জিলা সমিতিৰ তৰফৰ পৰা ক’ভিড সজাগতাৰ অংশ হিচাবে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে।

এইখন বৰতালোৱা বজাৰত অধিকাংশ লোকেই ক’ভিড সজাগতাৰ পৰা আতৰত কিয়নো প্ৰশাসনেও গুৰুত্ব প্ৰদান কৰা নাই। যাৰ বাবে বজাৰত সামাজিত দুৰত্ব নাই, মাস্ক পৰিধান কৰা কম সংখ্যক লোক লগতে ছেনিটাইজাৰ লোৱা লোকৰ সংখ্যাও তেনেই কম ।

সেয়ে ধৰ্মীয় সংখ্যালঘু পৰিষদে বৰতালোৱা বজাৰত আজি এইদৰেই ক’ভিড সজাগতা কৰা পৰিলক্ষিত হল।

Exit mobile version