ক’ভিড আপডেট

1228739496

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৩,৪৮,৪২১ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে   ২২,৩৩,৪০,৯৩৮ জন ।

● ইতিমধ্যে ২,৫৪,১৯৭ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৪,২০৫ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৩০,৭৫,৮৩,৯৯১ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● যোৱা ২৪ ঘণ্টাত ১৯,৮৩,৮০৪ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ  ১৭,৫২,৩৫,৯৯১ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ২৫,২৫,৯২৫ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version