য়াছ ঘূৰ্ণিবতাহৰ বিশেষ প্ৰভাৱ নপৰে অসমতঃ যোগেন মোহন

ৰাজহ তথা দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহনে কয় যে, অসমত য়াছ ঘূৰ্ণিবতাহৰ বিশেষ প্ৰভাৱ নপৰিব ।

অৱশ্যে অসমৰ কেইখনমান জিলাত বৰষুণ হোৱাৰ আগ জাননী পোৱা হৈছে ।

সকলো পৰিস্থিতিৰ মুকবিলা কৰিবলৈ সষ্টম হৈ আছে জিলা প্ৰশাসনসমূহ ।

সম্পূৰ্ণ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ।

Exit mobile version