■ আগন্তুক ৩১ মে’ত উন্মোচন কৰা হ’ব ৰিয়েলমি এক্স৭ মেক্স ৫জি ।
■ উন্মোচনৰ পাছতেই ফোনটো উপলব্ধ হ’ব ফ্লিপকাৰ্টত ।
■ ফোনটো ১২০০ এছচি মেডিয়াটেক ডাইমেনছিটীৰ দ্বাৰা পৰিচালিত হ’ব ।
■ ইয়াত ১২০Hz ডিছপ্লে, ৫০w ছুপাৰ ডাৰ্ট ফাষ্ট চাৰ্জ আৰু ত্ৰিপল ৰেয়াৰ কেমেৰা উপলব্ধ হ’ব ।
■ ই তিনিটা আছুতীয়া ৰঙত উপলব্ধ হ’ব ।
■ স্মাৰ্টফোনটো ৮.৪মিমি মোটা আৰু ইয়াৰ ওজন ১৭৯ গ্ৰাম ।
ৰিয়েলমি এক্স৭ মেক্স ৫জি ৩১ মে’ত উন্মোচন হোৱাৰ পাছত উপলব্ধ হ’ব ফ্লিপকাৰ্টত
-
By publisher
![Assam News Today | ৰিয়েলমি এক্স৭ মেক্স ৫জি ৩১ মে'ত উন্মোচন হোৱাৰ পাছত উপলব্ধ হ'ব ফ্লিপকাৰ্টত - Dainik Agradoot | 82933462](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2021/05/82933462.jpg?fit=640%2C426&ssl=1)
Related Content
Buckingham Palace Balcony Opens to the Public:সাধাৰণ লোকৰ বাবে মুকলি হ'ল বাকিংহাম পেলেচৰ বেলকনি
By
publisher
July 13, 2024
3 Lakh Palestinians Leave Gaza:অলি-গলিয়ে মৃতদেহৰ স্তূপ !
By
publisher
July 13, 2024
GST:সাত বছৰত দেশত জিএছটি সংগ্রহত অভিলেখ
By
publisher
July 13, 2024
Assam Society of Bangalore organizes Green Move:অসম চ'ছাইটি অৱ বেঙ্গালুৰুয়ে গ্ৰহণ কৰিছে গ্ৰীণ মুভৰ পদক্ষেপ
By
publisher
July 13, 2024