তিনিচুকীয়াত উপস্থিত ৰাজ্যৰ নৱনিৰ্বাচিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

WhatsApp Image 2021 05 31 at 7.25.48 PM

তিনিচুকীয়াত উপস্থিত হৈ প্ৰথমে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ লগতে ক’ভিড পৰিস্থিতিৰ বুজ লয় ।

তাৰ পাছতেই তিনিচুকীয়াৰ ‘এ নিউ হাইস্কুল’ৰ ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে ।

ইয়াৰ পাছত জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰশাসনৰ স’তে তিনিচুকীয়া জিলাৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে ।

Exit mobile version