Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

মাংস বিক্ৰীৰে জীৱন সংগ্ৰামত ব্ৰতী বহু প্ৰতিষ্ঠিত শিল্পী-কলা-কুশলী

নিজেই গ্ৰাহকৰ ঘৰত মাংস যোগান ধৰে জনপ্ৰিয় অভিনেতা গুঞ্জনে

publisher by publisher
May 31, 2021
in Assam, Entertainment, India, News
Reading Time: 1 min read
0
মাংস বিক্ৰীৰে জীৱন সংগ্ৰামত ব্ৰতী বহু প্ৰতিষ্ঠিত শিল্পী-কলা-কুশলী
7
SHARES
66
VIEWS
ShareShareShareShare

সমগ্ৰ বিশ্বতে ৰাক্ষস মূৰ্তি ধাৰণ কৰি মানৱ সমাজক ত্ৰস্তমান কৰি তোলা ক’ভিড-১৯ ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে অব্যাহত ৰাখিছে অক্লান্ত যুঁজ । মানৱ সমাজলৈ অপ্ৰত্যাশিতভাৱে নামি এই চৰম দুৰ্যোগে বহুতকে কৰি তুলিছে হতাশাগ্ৰস্ত ।

ADVERTISEMENT

অধিকাংশৰ জীৱনলৈ নামি অহা উপাৰ্জনহীনতাৰ পৰা পৰিত্ৰাণ পাবলৈ উপাৰ্জনৰ নতুন পথৰ সন্ধান অব্যাহত ৰাখিছে আৰু ইয়াৰ ব্যতিক্ৰম নহয় অসম ।

RelatedPosts

No Content Available

এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সময়ে সময়ে বলৱৎ হৈ অহা নীতি-নিৰ্দেশনাই দৈনিক সংগ্ৰাম নাইবা ব্যক্তিগত কোম্পানী, নিজৰ শিল্পী সত্তাৰে জীৱিকা উপাৰ্জন কৰি অহাসকল কিদৰে ক্ষতিগ্ৰস্ত হৈছে সেয়া সকলোৰে অনুমেয় ।

উল্লেখ্য যে, বিৰ্ষত ৰাজ্য বলৱৎ হোৱা দীঘলীয়া সৰ্বাত্মক তলাবন্ধ‌ই সৰ্বসাধাৰণ জনতাক আৰ্থিকভাৱে জুৰুলা কৰি পেলোৱাৰ পাছত ক’ভিডৰ দ্বিতীয় লহৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ সম্প্ৰতি কিছু শিথিলতাৰে আংশিক তলাবন্ধ বলৱৎ হৈ থকাৰ ফলত বহু পৰিয়ালৰ জীৱিকাৰ একমাত্ৰ সম্বলসমূহ বন্ধ হৈ পৰিছে আৰু ফলত সেইসকল লোক পুনৰ গভীৰ আৰ্থিক সংকটৰ গৰাহত । অৱশ্যে কিছুৱে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ উপাৰ্জনৰ অন্যান্য পথ বাছি লৈছে যদিও বহু লোক বৰ্তমান কৰ্মহীন হৈ পৰিছে ।

উল্লেখ্য যে ৰাজ্যৰ হেজাৰ হেজাৰ পৰিয়ালৰ উপাৰ্জনৰ পথ স্তব্ধ হৈ পৰাৰ ফলত ভিৱিষ্যতক লৈ চিন্তিত হৈ শেহতীয়াকৈ বহুতেই উপাৰ্জনৰ পথ সলনি কৰি জীৱন সংগ্ৰামত ব্ৰতী হৈছে । বিশেষকৈ সংগীত আৰু ছবি জড়িত শিল্পী, কলা-কুশলীৰ উপাৰ্জনৰ পথ বহুদিন ধৰি বন্ধ হৈ থকাৰ ফলত নিৰূপায় হৈ অৱশেষত এই আন্ধাৰৰ বক্ষ ভেদি ৰাজধানী মহানগৰীত মাংস বিক্ৰীৰ জৰিয়তে জীৱন সংগ্ৰামত ব্ৰতী হৈছে ।

বিশেষকৈ অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অনুমোদিত বিক্ৰী কেন্দ্ৰৰ জৰিয়তে বহু শিল্পী, কলা-কুশলীয়ে উপাৰ্জনৰ এই নতুন পথ প্ৰশস্ত কৰিছে । উল্লেখ্য যে একমাত্ৰ গুৱাহাটী মহানগৰীত ৫৩ খন এনে মাস বিপনী আছে আৰু মাংস ‘হোম ডেলিভাৰী’ দিয়াৰ ক্ষেত্ৰত প্ৰায় পাঁচ শতাধিক যুৱক-যুৱতী নিয়োজিত হৈ থকাৰ তথ্য দাঙি ধৰিছে সংশ্লিষ্ট বিভাগে । এই যুৱক-যুৱতীসকলৰ অধিকাংশ‌ই সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হৈ থকা লোক বুলি বিভাগে সদৰী কৰি কৰ্মহীন হৈ পৰা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, শিক্ষা গ্ৰহণ কৰি থকা যুৱকো এই কাৰ্যত নিয়োজিত হৈ আছে বুলি কয় ।

উল্লেখ্য যে, ৰাজ্যৰ ছবি জগতৰ এটা পৰিচিত নাম তথা অভিনেতা গুঞ্জন ভৰদ্বাজে এই ব্যৱসায়ৰ লগত জড়িত হৈ সংস্থাপনৰ পথ প্ৰশস্ত কৰিছে । মাংস বিক্ৰীৰ জৰিয়তে আত্মনিৰ্ভৰ হ’বলৈ প্ৰয়াস কৰা কথা সদৰী কৰি ভৰদ্বাজে কয়, ‘কামৰ সৰু-বৰ নাই । কাম কৰি খাব‌ই লাগিব । আগতে যি মোৰ উপাৰ্জনৰ পথ আছিল পৰিস্থিতিৰ বাবে সেয়া বন্ধ হৈ আছে । পৰিয়ালটো চলাব লাগিব, সেয়ে পশুধনৰ নিগমৰ অনুমোদিত মাংস বিক্ৰী কৰি কেন্দ্ৰ এটা লৈ আগবাঢ়ি গৈছো; কিন্তু এটা ম‌ই অনুভৱ কৰো লাজ কৰিলে একো লাভ নহয় । মোক দেখি আজি বহু ল’ৰাই এই কাম কৰিবলৈ আগবাঢ়ি আহিছে । বেয়া কাম নহয়, পশুধন নিগমৰ পৰা মাংস আনিব লাগে আৰু বিক্ৰী কৰিব লাগে ।’

উল্লেখ্য যে এই ব্যৱসায়ত উপাৰ্জন আছে আৰু ‘হোম ডেলিভাৰী’ থকাৰ কথা সদৰী কৰি জনপ্ৰিয় অভিনেতাজনে পুনৰ কয়, ‘ম‌ই কামত লাজ নকৰো । ‘দ্য মিট এক্সপ্ৰেছ’ মোৰ দোকানৰ নাম । মোক দেখি আমাৰ জগতখনৰ কে’বাজনো শিল্পী, কলা-কুশলী আগবাঢ়ি আহিছে এই ব্যৱসায় কৰিবলৈ । কেমেৰামেন হিচাপে কৰ্মৰত পাপু ডেকা আৰু সহযোগী পৰিচালক মৃণাল ডেকা প্ৰভৃতিয়ে এই ব্যৱসায় আৰম্ভ কৰিছে । মোৰ কোনো ডেলিভাৰী বয় নাই । ম‌ই নিজেই হোম ডেলিভাৰী দিওঁ মাংস । দৈনিক প্ৰায় ১৬-২০ কিলোগ্ৰাম ছাগলী, ব্ৰ‌ইলাৰ মাংস ম‌ই গ্ৰাহকক ঘৰতে যোগান ধৰো ।’

ইফালে, ৰাজ্যখনত ভয়াবহ নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰি অহাৰ সময়তে ক’ভিড পৰিস্থিতিৰ ফলতো ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগ, শ্বপিং মল, হোটেল-ৰেস্তোৰাঁ বা ব্যক্তিগত প্ৰতিষ্ঠানত নিজকে নিয়োজিত কৰি জীৱিকাৰ পথ প্ৰশস্ত কৰা বহুজন কৰ্মহীন হৈ নিবনুৱা সমস্যা অধিক জটিল হৈ পৰিছে । তেনে সময়তে অধিকাংশ সাংস্কৃতিক কৰ্মী তথা শিল্পী, কলা-কুশলীয়ে কামৰ যে সৰু-বৰ নাই তাক দাঙি ধৰি বহুতৰে বাবে আদৰ্শ হৈ পৰিছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gunjan Bhardwaj
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d