হোজাইৰ চিকিৎসক আক্ৰমণৰ ঘটনাক দ্বিপেন বড়োৰ গৰিহণা

চিৰাঙত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োৰ প্ৰতিক্ৰীয়া ।

হোজাইত হোৱা চিকিৎসক আক্ৰমণৰ দোষীক শাস্তিৰ দাবী ।

ক’ভিড যোদ্ধাক আক্ৰমণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় এবছুৰ সভাপতি দ্বিপেন বড়োৱে ।

Exit mobile version