Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

এবছৰতে ৩.২০ কোটিৰো অধিকে পদার্পণ কৰিলে বেংককত

publisher by publisher
April 30, 2026
in News, world
Reading Time: 1 min read
0
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Tourist places : দেশত বিগত বৰ্ষত পৰ্যটকৰ প্ৰথম পছন্দ আছিল হিমাচল, ডেৰ কোটি পৰ্যটকৰ ভ্ৰমণ

বাগসাৰ সিদ্ধে বাবা মন্দিৰক পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ প্ৰয়াস

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সততে বিদেশ ভ্ৰমণ কৰি ফুৰিলেও দেশলৈ পর্যটক আকৰ্ষণত একপ্ৰকাৰ বিফল হৈছে। কাৰণ শেহতীয়াকৈ প্রকাশিত এক তালিকা অনুসৰি বিশ্বৰ সৰ্বাধিক সংখ্যক পর্যটকে পদার্পণ কৰা ১০ খন মহানগৰৰ মাজত ভাৰতৰ এখনো চহৰে স্থান লাভ কৰা নাই।

ADVERTISEMENT

গতিকে প্রাচীন সভ্যতাৰ দেশ হ’লেও পর্যটক আকৰ্ষণৰ ক্ষেত্ৰত ভাৰত বাৰুকৈয়ে পিছ পৰি ৰোৱাটো প্রতিপন্ন হৈছে। লক্ষ্যণীয় যে এখন দেশৰ অর্থনীতিলৈ পর্যটনেও বিপুল বৰঙণি যোগায়।

আনকি থাইলেণ্ড, ছুইজাৰলেণ্ডৰ দৰে চহকী দেশৰ অর্থনীতি ঘাইকৈ পর্যটন নিৰ্ভৰশীল। সেয়া যিয়েই নহওক, উক্ত তালিকাত বিশ্বৰ সৰ্বাধিক পর্যটকে ভ্ৰমণ কৰা ১০ মহানগৰ হ’ল:

বেংকক: বৈপৰীত্য-প্ৰাণ প্ৰাচুৰ্যৰ চহৰ

বিগত বছৰত তিনি কোটি ২০ লাখ পর্যটকে থাইলেণ্ডৰ ৰাজধানী বেংকক ভ্রমণ কৰে। দৃষ্টিনন্দন মঠ-প্রাণোচ্ছল বাট-পথে সদায়ে মন্দিৰ-সদাপ্ৰসাৰিত বজাৰ আৰু পর্যটকক আকর্ষণ কৰি আহিছে। একে সময়তে বেংককত শান্ত-সমাহিত এক পৰিৱেশো বিৰাজ কৰে। গতিকে মহানগৰখনক বৈপৰীত্য আৰু প্ৰাণ প্ৰাচুৰ্যৰ চহৰ আখ্যা দিয়া হয়।

ইষ্টানবুল: এছিয়া-ইউৰোপৰ মিলনস্থলী উক্ত তালিকা অনুসৰি যোৱা বছৰ দুই কোটি ৩০ লাখৰো অধিক পর্যটকে তুৰস্কৰ ইষ্টানবুল চহৰ ভ্রমণ কৰে। এই চহৰ হৈছে এছিয়া আৰু ইউৰোপৰ সংযোগস্থলী। বক্ষ’ৰাছ প্ৰণালীৰ জৰিয়তে এই দুই মহাদেশৰ সংযোগ স্থাপন হৈছে। ইষ্টানবুল চহৰৰ মূল পর্যটক আকর্ষণ কেন্দ্রসমূহ হ’ল মছজিদ আৰু বজাৰসমূহ। এইসমূহৰ সমান্তৰালভাৱে অত্যাধুনিক কাফে আৰু কলা কেন্দ্র ও আছে।

লণ্ডন: পৰম্পৰা আৰু অত্যাধুনিক জীৱনশৈলীৰ মিশ্রণ লণ্ডনক পৰম্পৰা আৰু অত্যাধুনিক জীৱন শৈলীৰ মিলনস্থলী বুলি কোৱা হয়। বাকিংহাম পেলেচ আৰু বিগ বেনৰ দৰে দৃষ্টিনন্দন কাৰুকাৰ্যৰ বাবে সর্বদা বিদেশী পর্যটকক আকৰ্ষণ কৰি আহিছে লণ্ডনে। বছৰি দুই কোটিৰো অধিক পর্যটকে লণ্ডন ভ্রমণ কৰে।

হংকং: প্রকৃতি-গগনচুম্বী অট্টালিকাৰ সহবাস বিগত বছৰত দুই কোটিৰো অধিক পৰ্যটকে ভ্রমণ কৰে চীনৰ হংকং মহানগৰ। প্ৰকৃতিৰ কোলাত অৱস্থিত এই চহৰৰ গগনচুম্বী অট্টালিকাসমূহেও পর্যটকক আকৰ্ষণ কৰি আহিছে। চহৰখন দ্বীপত অৱস্থিত হোৱাটোও পৰ্যটকৰ আকৰ্ষণস্থলীত পৰিণত হৈছে।

মক্কা: ধর্মীয় বিশ্বাসৰ কেন্দ্ৰ বহু যুগ ধৰি ছৌডি আৰবৰ মক্কা বিশ্বৰ অন্যতম পর্যটক আকৰ্ষণস্থলীত পৰিণত হৈ আছে। বছৰি মুছলমানসকলে হজ আৰু ওমৰাহৰ বাবে মক্কা ভ্রমণ কৰে। সেই সূত্রে বছৰি কমেও এক কোটি ন লাখ পর্যটকে মক্কা ভ্রমণ কৰে।

এন্টালিয়া: ইতিহাসৰ স’তে ভূমধ্য সাগৰৰ সৌন্দৰ্যৰ মিলন তুৰস্কৰ অন্যতম চহৰ এন্টালিয়াও বিশ্বৰ এক বিখ্যাত পর্যটন আকর্ষণস্থলী। সমুদ্রতীৰ আৰু ৰিজ’ৰ্টৰ বাবে বিখ্যাত এন্টালিয়া চহৰ প্ৰতি বছৰে এক কোটি ন লাখৰো অধিক পর্যটকে ভ্রমণ কৰে। এই চহৰত ঐতিহাসিক স্থানো আছে। গতিকে চহৰখনক ইতিহাসৰ স’তে ভূমধ্য সাগৰীয় সৌন্দৰ্যৰ মিলনস্থলীও আখ্যা দিয়া হয়।

ডুবাই: বিলাসিতা আৰু উদ্ভাৱনৰ কেন্দ্র ডুবাইৰ নাম নুশুনা মানুহ নাই বুলিলেই হয়। সাম্প্রতিক কালত বিলাসিতা আৰু উদ্ভাৱনৰ বাবেও বিখ্যাত হৈ উঠা ডুবায়ো বছৰি এক কোটি আঠ লাখ পর্যটকে ভ্রমণ কৰে।

মাকাও: পূব আৰু পশ্চিমৰ সংস্কৃতিৰ মিলন চীনৰ মাকাও চহৰক পূব আৰু পশ্চিমৰ সংস্কৃতিৰ মিলনস্থলী আখ্যা দিয়া হয়। লাছ ভেগাছৰ লেখীয়াকৈ মাকাও চহৰো কেছিন’ৰ বাবে বিখ্যাত। এই চহৰ বছৰি এক কোটি আঠ লাখৰো অধিক পর্যটকে ভ্রমণ কৰে।

পেৰিছ: কালোত্তীর্ণ মোহনীয়তা-জীৱনশৈলী ঘাইকৈ আইফেল টাৱাৰৰ বাবে বিশ্বজুৰি বিখ্যাত পেৰিছেও বছৰি এক কোটি সাত লাখৰো অধিক পর্যটকক আকৰ্ষণ কৰি আহিছে। পেৰিছক কালোত্তীর্ণ মোহনীয়তা আৰু কলাত্মক জীৱনশৈলী চহৰ বুলি আখ্যা দিয়া হয়।

কুৱালালামপুৰ : সংস্কৃতি আৰু পথৰ খাদ্যৰ বাবে বিখ্যাত চহৰ মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰেও বছৰি কোটিৰো অধিক পর্যটকক আকৰ্ষণ কৰি আহিছে। কুৱালালামপুৰ চহৰ সাংস্কৃতিক বৈচিত্র্য আৰু পথৰ খাদ্যৰ বাবে বিখ্যাত। ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱো কুৱালালামপুৰত আছে। তদুপৰি চীনা সংস্কৃতিৰ প্ৰভাৱেও চহৰখনক উজ্জীৱিত কৰি ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Tourist Place
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d