■ ৱানপ্লাছ ৯টি-ৰ নিৰ্দিষ্ট সংস্থাই আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পূৰ্বে এক সূত্ৰৰ দ্বাৰা তথ্য ফাদিল হৈছে ।
■ সংস্থাটোৱে ৱানপ্লাছ ৯টি-ৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই ।
■ তথ্য অনুসৰি, এণ্ড্ৰইড ফোনটো ১২০Hz ভেৰিয়েবল ৰিফ্ৰেছ ৰেটসহ ছেমছাং এলটিপিঅ’ অ’লেড ডিছপ্লে বৈশিষ্ট্যযুক্ত হ’ব ।
■ স্মাৰ্টফোনটোত ফোল এইচডি ডিছপ্লে উপলব্ধ হোৱাৰ সম্ভাৱনা ।
■ ৱানপ্লাছ ৯টি চলিত বৰ্ষৰ একমাত্ৰ টি ছিৰিজৰ ফোন ।
ৱানপ্লাছ ৯টি-ৰ তথ্য ফাদিল
স্মাৰ্টফোনটোত উপলব্ধ হ'ব ১২০Hz ভেৰিয়েবল ৰিফ্ৰেছ ৰেটসহ ছেমছাং এলটিপিঅ' ফোল এইচডি + অ'লেড ডিছপ্লে
