বকোত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান

আঠটা ব্ৰাউন চুগাৰৰ কন্টেনাৰসহ এজনক গ্ৰেপ্তাৰ

WhatsApp Image 2021 06 05 at 5.54.41 PM

বকোৰ সোণতলী শেলেসুতীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত শেলেসুতীৰ ৰেকিবুল হুছেইন (১৯)নামৰ এজন যুৱক গ্ৰেপ্তাৰ হয় । ৰেকিবুলৰ হুছেইনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে আঠটা ব্ৰাউন চুগাৰৰ কন্টেনাৰ।

লগতে জব্দ কৰা হয় নগদ ১২ হেজাৰ টকা। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত চলিছিল এই অভিযান। গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত বকো আৰক্ষীয়ে চলাইছিল অভিযান।

Exit mobile version