গোসাইগাঁও মহকুমাধিপতি কাৰ্যালয়ত ক’ভিড ১৯, বানপানী, প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন বিভাগৰ বিষয়াৰ লগত আলোচনা কাৰ্যবাহী সদস্য উকীল মুছাহাৰীৰ

download 2

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোসাইগাওঁ মহকুমাধিপতিৰ কাৰ্যালয়ত ক’ভিড ১৯,বানপানী, প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন বিভাগৰ বিষয়াৰ লগত আলোচনা বিটিআৰৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰীৰ।

উক্ত আলোচনা সভাত উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰী, গোসাইগাঁও মহকুমাধিপতি পল্লৱী সৰকাৰৰ লগতে গোসাইগাঁওৰ বিভিন্ন বিভাগৰ বিষয়াসকল।

উক্ত আলোচনা সভাত উপস্থিত থাকি বিটিআৰৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰীয়ে ক’ভিড ১৯, বানপানী, প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন বিভাগৰ বিষয়াৰ লগত আলোচনা কৰি পৰিস্থিতিৰ বুজ লয় আৰু বিষয়াসকলে কয় যে আমি সকলো সমস্যাৰ বাবে বাবে সাজু ।

Exit mobile version