ধুবুৰী জিলা উপায়ুক্তৰ সুন্দৰ পদক্ষেপ

Chennai COVID 19 2 1

ক’ভিড নিয়ন্ত্ৰণ কৰিবৰ বাবে কঠোৰ উপায়ুক্তগৰাকী ।

ধুবুৰী চহৰত থকা প্ৰতিজন ব্যৱসায়ী, ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে কৰিব লাগিব ক’ভিড পৰীক্ষা ।

তিনি দিনৰ ভিতৰত ক’ভিড পৰীক্ষা কৰাৰ নিৰ্দেশ উপায়ুক্তগৰাকীৰ।

তিনি দিনৰ ভিতৰত পৰীক্ষা নকৰালে কঠোৰ হ’ব প্ৰশাসন ।

Exit mobile version