ধুবুৰীত সৰ্বনাসী ড্ৰাগছৰ বেহাত নামি পৰিছে নৱ প্ৰজন্ম। ধুবুৰীৰ বিভিন্ন অঞ্চলৰ লগতে এ এম কোঃ ৰোড অঞ্চলৰ একাংশ নৱ প্ৰজন্মই ড্ৰাগছৰ বেহা চলাই গৈছে। একপ্ৰকাৰ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে ধুবুৰীৰ এ এম কোঃ ৰোড অঞ্চল। তেনে এক গোপন তথ্যৰ ভিত্তিত তেনে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই অঞ্চলটোৰ বিভিন্ন অঞ্চলত অভিযান চলাই ১৫ টাকৈ কণ্টেইনাৰ ভৰ্তি ব্ৰাউন চুগাৰ জব্দ কৰাৰ বিপৰীতে আৰ-৭ টেবলেট, ৮ হাজাৰ টকা নগদ ধন, মোবাইল ছেট, এখন মটৰ চাইকেল আৰু এখন চাৰি চকীয়া বাহন জব্দ কৰে ধুবুৰী আৰক্ষীয়ে। ইপিনে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত পাঁচ জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে। ধৃত পঙ্খী ৰহমান, আতোৱাৰ ৰহমান, চফিকুল ইছলাম, ৰাজা আহমেদ আৰু নুৰ জামান ৰহমানৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।
সৰ্বনাসী ড্ৰাগছৰ বেহাত নামি পৰিছে নৱ প্ৰজন্ম
-
By publisher

Related Content
Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত
By
publisher
April 25, 2026
উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা
By
publisher
April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
By
publisher
April 25, 2026
প্রসিদ্ধ বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তই দান দিয়া ৰূপৰ ৯৫ শতাংশই নকল
By
publisher
April 25, 2026
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026