Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সৃষ্টিৰ সোণালী পথাৰলৈ পৰিৱৰ্তিত কৰ’নাৰ জটিল সময়ঃ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নাট্যকাৰ অশীতিপৰ প্ৰিয়েন্দ্ৰ তামুলীৰ গ্ৰন্থ আৰু প্ৰবীণ গীতিকাৰ বংকিম শৰ্মাৰ বিশেষ গীত

publisher by publisher
June 20, 2021
in Assam, India, News
Reading Time: 1 min read
0
সৃষ্টিৰ সোণালী পথাৰলৈ পৰিৱৰ্তিত কৰ’নাৰ জটিল সময়ঃ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নাট্যকাৰ অশীতিপৰ প্ৰিয়েন্দ্ৰ তামুলীৰ গ্ৰন্থ আৰু প্ৰবীণ গীতিকাৰ বংকিম শৰ্মাৰ বিশেষ গীত
11
SHARES
110
VIEWS
ShareShareShareShare

তেজপুৰৰ দুগৰাকী বিশেষ ব্যক্তিৰ বিশেষ উপহাৰ জটিলতাৰে ভৰা কৰ’নাকালত ৷ এগৰাকী ৮১ বছৰীয়া নাট্যকাৰ লেখক আৰু এগৰাকী ৭৮ বছৰীয়া প্ৰবীণ গীতিকাৰ ৷ সুলেখক প্ৰিয়েন্দ্ৰ তামুলী আৰু প্ৰবীণ গীতিকাৰ বংকিম শৰ্মাৰ সৃষ্টিয়ে আহ্লাদিত কৰিছে তেওঁলোকৰ গুণমুগ্ধসকলক ৷

ADVERTISEMENT

কৰ’নাৰ সংক্ৰমণৰ এই দুৰ্বিষহ সময়ত সৰ্বসাধাৰণে উদ্বিগ্নতাৰে দিন অতিবাহিত কৰিবলগীয়া হোৱাৰ সময়তে ৰাজ্যৰ একাংশ লোক নীৰৱে ব্যস্ত আছে তেওঁলোকৰ সাধনা আৰু সৃষ্টিৰাজিৰে সমাজক উদ্ভাসিত কৰাত ৷ এনে এগৰাকী আলোকসন্ধানি ব্যক্তি তথা প্ৰবীণ নাট্যকাৰ, সু-লেখক অশীতিপৰ প্ৰিয়েন্দ তামুলীৰ “সুন্দৰৰ সাধনা” নামৰ এখন উচ্চ মানবিশিষ্ট গ্ৰন্থ কালি বিয়লি কৰ’নাকালৰ প্ৰতিকূল পৰিৱেশৰ মাজতে অনাড়ম্বৰপূৰ্ণভাৱে উন্মোচিত হোৱাৰ বতৰাই সৃষ্টিশীলতাৰে জড়িতসকলক উৎসাহিত কৰিছে ৷

RelatedPosts

No Content Available

উল্লেখ্য যে, ১৯৬০ৰ দশকৰ পৰা নাট ৰচনাৰে নাট্য সাহিত্যলৈ অশেষ বৰঙণি আগবঢ়াৱা তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বিহগুৰি চন্দ্ৰ নাথ শৰ্মা মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰিয়েন্দ্ৰ তামলীয়ে ”সুন্দৰৰ সাধনা” নামৰ গ্ৰন্থখনত তেওঁ বিভিন্ন সময়ত অসমৰ কে’বাখনো বাতৰি কাকত তথা আলোচনীত প্ৰকাশিত প্ৰবন্ধ, গল্প আদি সন্নিবিষ্ট কৰা হৈছে ৷ এগৰাকী প্ৰচুৰ অধ্যয়নপুষ্ট ব্যক্তি তামুলীৰ কলমৰে নিগৰা অতি উচ্চ মানদণ্ডৰ লিখনিসমূহ সংগ্ৰহ কৰি, লিখনিসমূহে পঢ়ুৱৈ সমাজৰ বিশেষ চিন্তাৰ খোৰাক যোগাব বুলিয়েই ”সুন্দৰৰ সাধনা” নামৰে গ্ৰন্থখন প্ৰকাশ কৰা হয় ৷

FB IMG 1624185844676

ৰাজ্যৰ আন এগৰাকী বিশিষ্ট নাট্যকৰ্মী মৃগেন চন্দ্ৰ বড়াৰ সম্পাদনাত এই বিশেষ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায় লিখক তামুলীৰ পুত্ৰ দূৰ্বাদল তামুলীয়ে । উল্লেখ্য যে, কৰ’নাৰ পৰিস্থিতিৰ বাবে কালি তামুলীৰ বাসগৃহতেই পুত্ৰ দূৰ্বাদল তামুলী, গ্ৰন্থখনৰ সম্পাদক মৃগেন চন্দ্ৰ বড়া আৰু লিখকৰ পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে লিখক তামুলীয়ে । মুঠ ১৪৪ পৃষ্ঠাৰ গ্ৰন্থখনি তেওঁৰ ভাতৃ তথা বিশিষ্ট সংগীত শিল্পী প্ৰয়াত গুণ তামুলী (মন্টু)ৰ পবিত্ৰ স্মৃতিত উছৰ্গা কৰা হৈছে ৷ সমাজ আৰু সময়ক প্ৰতিফলিত কৰা মূল্যৱান লিখনিসমৃদ্ধ এই গ্ৰন্থখনে পঢ়ুৱৈ সামাজে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে সম্পাদনা কৰা বড়াই ।

উল্লেখ্য যে, ১৯৪০ত জন্ম গ্ৰহণ কৰা প্ৰিয়েন্দ্ৰ তামুলীয়ে এগৰকী নাট্যকাৰ, পৰিচালক, অনাতাঁৰ নাট্যকাৰ, প্ৰবন্ধকাৰ, গল্পকাৰ হিচাপে খ্যাতি লাভ কৰিছে । ১৯৮৪ ত আকাশ বাণীয়ে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় নাট প্ৰতিযোগিতাত তামুলীৰ বৰদৈচিলা নামৰ নাটকখনিয়ে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । তামুলীয়ে বহুকেইখন পূৰ্ণাঙ্গ আৰু একাঙ্কিকা নাটৰ উপৰিও কে’বাখনো অনাতাঁৰ নাট ৰচনা কৰিছে । তেজপুৰৰ আন এগৰাকী বিশিষ্ট শিল্পী তথা গীতিকাৰ-সুৰকাৰ, শিল্পী পেঞ্চন প্ৰাপক, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাইয়ো এই জটিল সময়চোৱাত সৃষ্টিৰ পথাৰত মাণকৰ সন্ধান অব্যাহত ৰাখিছে ৷

১৯৪৩ত জন্ম গ্ৰহণ কৰা সপ্ৰতিভ এইজন গীতিকাৰে ১৯ জুনত কলাগুৰুৰ সোঁৱৰণত ৰচনা কৰে এটি সুন্দৰ গীত । সকলোৰে মাজত বংকুদা নামৰে জনপ্ৰিয় এইগৰাকী সুন্দৰৰ সাধকে কলাগুৰু, ৰূপকোঁৱৰ নটসূৰ্য্যকে ধৰি সেই সময়ৰ বহু বৰেণ্য ব্যক্তিৰ সান্নিধ্য লাভৰে ধন্য আৰু বাণৰংগ মঞ্চত তেওঁলোকৰ স’তে সংস্কৃতিৰ বৰ্ণিল পথাৰত সাঁতোৰাৰ সুযোগো লাভ কৰিছিল ৷

বিগত বৰ্ষতো কৰ’নাৰ সংক্ৰমণৰ সময়ত বিভিন্ন যুগত অসমীয়া গীত আৰু কণ্ঠ শিল্পীক লৈ এক গৱেষণামূলক ৰচনা লিখা ৭৮ বছৰীয়া গীতিকাৰ তথা সুৰকাৰগৰাকীয়ে সব্যসাচী বিঞ্চু ৰাভা শীৰ্ষক ২৪ শাৰীৰ গীতটো ৰচনা কৰে ৷ এই গীতটোত কলাগুৰুৰ সৃষ্টি, ব্যক্তিত্ব আৰু ত্যাগ প্ৰতিফলিত কৰিছে এই বিশেষ সময়ত ৰচিত বিশেষ গীতটোৱে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bankim SharmaPriyendra Tamuli
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d