ছয়গাওঁ উদ্যোগিক বিকাশ কেন্দ্ৰত লাজুকী বান্দৰ উদ্ধাৰ

WhatsApp Image 2021 06 22 at 8.03.25 PM

ছয়গাওঁ উদ্যোগিক বিকাশ কেন্দ্ৰৰ ভিতৰত আজি দুষ্প্ৰাপ্য এটা লাজুকী বান্দৰ উদ্ধাৰ কৰা হয়। একাংশ সচেতন লোকে লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰি খৱৰ দিয়ে বকোস্থিত শিংৰা বনাঞ্চলিক কাৰ্যালয়ত।

ADVERTISEMENT

বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লাজুকী বান্দৰটো উদ্ধাৰ কৰি বন বিভাগৰ বকোৰ কাৰ্যালয়ত ৰখাৰ দিহা কৰিছে। সন্ধিয়া শিংৰা বনাঞ্চলত ইয়াক মুকলি কৰি দিব বন বিভাগে।

Exit mobile version