বিজেপিৰ নৱ নিৰ্বাচিত ৰাজ্যিক সভাপতি ভৱেশ কলিতা

1058532 e4zvbfmviamejji

ৰঞ্জিত দাসৰ পাছত আজি ভৱেশ কলিতাক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্ত কৰা হয় ।

তেওঁ বিজেপিৰ কৰ্মী তথা ৰাষ্ট্ৰীয় স্বয়ং সংঘ (আৰ‌এছ‌এছ)ৰ পুৰণা সদস্য ।

Exit mobile version