গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু

● সোমবাৰে নিশা জিএমচিএইচ-ত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● নিশাই জিএমচিএইচ-ত উপস্থিত স্বাস্থ্যমন্ত্ৰী ।
● হাস্পতালত ভৰ্তি হোৱা পৰ্যন্ত ৰোগীকেইজনৰ অক্সিজেনৰ মাত্ৰা গুৰুত্বৰভাৱে কমি গৈছিল, ফলত তেওঁলোকৰ মৃত্যু হয় বুলি জানিব দিয়ে চিকিৎসকে ।
● উল্লেখযোগ্য যে জিএমচিএইচ-ত মৃত্যু হোৱা এই ৰোগীকেইজনৰ এজনেও ক’ভিড ভেকচিন লোৱা নাছিল ।

Exit mobile version