তিনিচুকীয়া বৰগুৰি বাইপাছ পথত ড্ৰাগছ্ উদ্ধাৰ তিনিচুকীয়া আৰক্ষীৰ

● নৱ ডাঙৰীয়া নামৰ এজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ২১ গ্ৰাম ড্ৰাগছ্ ৷
● নৱ ডাঙৰীয়াই ব্যৱহাৰ কৰা এ এছ ২৩ কে ০০৪৮ নম্বৰৰ মাৰুতী ছুইফ্ট বাহনখনো জব্দ কৰে আৰক্ষীয়ে‌ ৷
● তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰেণ বৰুৱাৰ নেতৃত্বত চলিছিল উক্ত অভিযান ৷
● ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত নৱ ডাঙৰীয়াক মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version