সৰ্বকনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ হ’ল ভাৰতীয় বংশোদ্ভূত অভিমন্যু

58 Abhimanyu

অভিমন্যু মিশ্ৰ, সৰ্বকনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ । মাত্ৰ ১২ বছৰ বয়সতে এই শিৰোনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় বংশোদ্ভূত দবা খুলেৱৈয়ে । বুধবাৰে বুদাপেষ্টত এই কীৰ্তি গঢ়ে আমেৰিকাৰ অভিমন্যুৱে ।

ৰাছিয়াৰ ছাৰ্জে কাৰ্জাকিনৰ অভিলেখ ভংগ কৰিলে অভিমন্যুৱে । কাৰ্জাকিন গ্ৰেণ্ডমাষ্টাৰ হৈছিল ১২ বছৰ সাত মাহ বয়সত । অভিমন্যু গ্ৰেণ্ডমাষ্টাৰ হ’ল ১২ বছৰ চাৰি মাহ ২৫ দিন বয়সত ।

ইয়াৰ পূৰ্বে ২৫০০ এল’ ৰেটিং পাৰ কৰিছিল অভিমন্যুৱে । তেওঁ ভাৰতৰ ১৫ বছৰীয়া গ্ৰেণ্ডমাষ্টাৰ লিঅ’ লুক মেণ্ডোংকাক পৰাজিত কৰে ।

https://twitter.com/ChessMishra/status/1410407483739455488?s=20

দবা সংস্থাৰ ৱেবছাইটত লিখা হয়, ‘বুধবাৰে অভিমন্যুৱে তেওঁৰ সৰুকালৰ কেৰিয়াৰৰ গুৰুত্বপূৰ্ণ জয় লাভ কৰিলে । ব্লেক ডটেৰে ভাৰতৰ ১৫ বছৰীয়া গ্ৰেণ্ডমাষ্টাৰ লিঅ’ লুক মেণ্ডোংকাক পৰাস্ত কৰি ২৬০০ এল’ ৰেটিং গঢ়ে ।’

বহু মাহ ধৰি বুদাপেষ্টত বাস কৰি আছে অভিমন্যু । বুদাপেষ্টতেই গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ এটাৰ পাছত এটা বাধা পাৰ কৰিছে তেওঁ ।

Exit mobile version