ধতুৰা ফুলৰ গুণাগুণ

719CZnEsltL. SL1200

ধতুৰা ফুল শিৱ পূজাৰ সামগ্ৰী হিচাপে সকলােৰে পৰিচিত। লগতে ইয়াৰ কিছুমান এনে গুণ আছে যিয়ে আমাৰ দেহৰ ৰােগ নিৰাময় কৰাত সহায় কৰে৷জানো আহক ইয়াৰ কিছু গুণাগুণ

★ ধতুৰাৰ পাত ডালসহ শুকুৱাই গুৰি কৰি ইয়াৰ ধোঁৱা বিড়ি আকাৰত দিনে দুবাৰকৈ সেৱন কৰিলে কাহ ভাল হয়।

★শৰীৰৰ কোনাে অংশ বিষত ফুলি উঠিলে ধতুৰা গছৰ শিপা খুন্দি তাত অলপ ক’লা নিমখ মিহলাই সেই লেপন দুই-তিনি ঘন্টা দি ৰাখিলে সকাশ পােৱা যায়।

★ ধতুৰাৰ পাত খুন্দি তাৰ ৰস চুলিত লগাই দুই-তিনি ঘন্টা ৰাখি পাছত পানীৰে ধুই দিলে চুলি সৰা সমস্যা নােহােৱা হয়।

★ ধতুৰাৰ পাত খুন্দি ইয়াৰ লেপন টকৌয়ে খােৱা অংশত লগাই চাৰি-পাঁচ ঘন্টা ৰাখিলে এই সমস্যা নােহােৱা হয়।

★ ধতুৰাৰ পাত আৰু কোমল গুটি পিচি তাতে অলপ নাৰিকল তেল মিহলাই এই লেপন বেচু হােৱা অংশত লগাই তিনি-চাৰি ঘন্টা ৰাখি ধুই দিলে এই সমস্যা নােহােৱা হয়। এইদৰে আপােনালােকে ইয়াৰ ব্যৱহাৰ কৰক আৰু সুফল লাভ কৰক।

Exit mobile version