ক’ভিড আপডেট

1586419293 india 2 1

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৪২,০১৫ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ২.২৭ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,১২,১৬,৩৩৭ জন ।

● ইতিমধ্যে ৪,১৮,৪৮০ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৩,৯৯৮ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৪৪,৯১,৯৩,২৭৩ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

●বিগত ২৪ ঘণ্টাত ১৮,৫২,১৪০ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৪১,৫৪,৭২,৪৫৫ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ৩৪,২৫,৪৪৬ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version