এম বাথাৰ আত্মসমৰ্পন

◆অৱশেষত জংঘলৰ পৰা ওলাল NLFBৰ M Bathaসহ সদস্যসকল

◆ওদালগুৰিৰ চিকাৰীদাঙ্গা অঞ্চলত আৰক্ষীৰ হাতত আত্মসমৰ্পন

◆আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে আত্মসমৰ্পন কৰালে সংগঠনটোক

◆ওদালগুৰিত প্ৰায় ১৫ জনৰো অধিক সদস্য ওলাই আহিল জংঘলৰ পৰা

◆আত্মসমৰ্পনকাৰী সদস্যসকলক লৈ যোৱা হৈছে লালপানী আৰক্ষী চকীলৈ

◆তাত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত কৰা হ’ব আনুষ্ঠানিকতা |

Exit mobile version