■ ভাৰতত উন্মোচন পালে লাভা জেড২এছ ।
■ স্মাৰ্টফোনটোত উপলব্ধ হ’ব ৬.৫ ইঞ্চি এইচডি+আইপিএছ ডিছপ্লে আৰু তিনি সুৰক্ষাযুক্ত কৰ্ণিং গৰিলা গ্লাছ ।
■ ইয়াত আছে ৫০০০mAh বেটেৰী ।
■ ফোনটো এণ্ড্ৰইড ১১ পৰিচালিত ।
■ ভাৰতত লাভা জেড২এছৰ ২জিবি + ৩২জিবি ষ্ট’ৰেজ মডেলৰ মূল্য ৭,২৯৯ টকা ।
■ অৱশ্যে অফিচিয়েল ৱেবছাইট অমাজনত ফোনটোৰ মূল্য ৭,০৯৯ টকা । ফ্লিপকাৰ্টত ৭,৯৯৯ টকা । উল্লেখ্য যে ফ্লিপকাৰ্টত ফোনটো শীঘ্ৰে উপলব্ধ হ’ব ।
■ লাভা জেড২এছ এটাই ৰঙত উপলব্ধ হ’ব, ষ্ট্ৰিপড্ ব্লু ।
■ কোম্পানীটোৱে এশ দিনৰ স্ক্ৰীন ৰিপ্লেচমেণ্ট ৱাৰেণ্টী আগবঢ়াইছে ।
■ ফোনটোত আছে ৮ মেগাপিক্সেল ৰেয়াৰ কেমেৰা আৰু ৫ মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা ।
ভাৰতত উন্মোচিত লাভা জেড২এছ
