কলগাছিয়াত ইৰিক্সা-মটৰছাইকেলৰ মাজত সংঘটিত ভয়ংকৰ পথ দূৰ্ঘটনা

Screenshot 20210723 204848 com.huawei.himovie.overseas

কলগাছিয়াত ইৰিক্সা আৰু মটৰছাইকেলৰ মাজত সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনা । বামুনটাৰীৰ পৰা কলগাছিয়ালৈ যাত্ৰী লৈ আহি থকা ইৰিক্সাক পিছ ফালৰ পৰা তীব্ৰবেগে খুন্দিয়াই দিয়ে উদণ্ড যুৱকে।

ফলত ইৰিক্সাত থকা গৰ্ভৱতী মহিলা, শিশুকে ধৰি কে’বাজনো যাত্ৰী গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয়। তথ্য অনুসৰি নম্বৰ প্লেট বিহীন মটৰছাইকেলৰ উদণ্ড চালক জনক স্থানীয় ৰাইজে কলগাছিয়া অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।

Exit mobile version