ক’ভিড আপডেট

covid test pti 1200x768 1626168324

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৩৯,৩৬১ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ৩.৪১ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,১৪,১১,২৬২ জন ।

● ইতিমধ্যে ৪,২০,৯৬৭ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৪১৬ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৪৫,৭৪,৪৪,০১১ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

●বিগত ২৪ ঘণ্টাত ১১,৫৪,৪৪৪ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৪৩,৫১,৯৬,০০১ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ১৮,৯৯,৮৭৪ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version