ক’ভিড আপডেট

106884352 1621320881315 gettyimages 1232946748 20210516 mum sb mn swabtest 001

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৪৩,৬৫৪ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ২.৫১ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,১৪,৮৪,৬০৫ জন ।

● ইতিমধ্যে ৪,২২,০২২ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৬৪০ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৪৬,০৯,০০,৯৭৮ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

●বিগত ২৪ ঘণ্টাত ১৭,৩৬,৮৫৭ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৪৪,৬১,৫৬,৬৫৯ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ৪০,০২,৩৫৮ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version