টকিঅ’ অলিম্পিকত দ্বিতীয়টো খেল জয় পি ভি সিন্ধুৰ, প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

2021 07

টকিঅ’ অলিম্পিকত দ্বিতীয় খেলটো জয় লাভ পি ভি সিন্ধুৰ । দলীয় পৰ্য্যায়ত শীৰ্ষৰ পৰা নক আউট পৰ্যায় পায় বেডমিণ্টন তাৰকাগৰাকীয়ে ।

বুধবাৰে হংকঙৰ চিউং ই-ক পৰাস্ত কৰে ‌সিন্ধুৱে ।‌ তেওঁ ২১-৯, ২১-১৬ ব্যৱধানত জয়ী হয় । এই দুৰ্দান্ত জয়ৰ পাছত প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পি ভি সিন্ধুৰ ।

প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ মিয়া ব্লিচফেল্ডৰ স’তে প্ৰতিদ্বন্দিতা কৰিব সিন্ধুৱে । তেওঁ বিশ্বৰ ১২ নম্বৰ তাৰকা ।

Exit mobile version