টকিঅ’ অলিম্পিকত দ্বিতীয় খেলটো জয় লাভ পি ভি সিন্ধুৰ । দলীয় পৰ্য্যায়ত শীৰ্ষৰ পৰা নক আউট পৰ্যায় পায় বেডমিণ্টন তাৰকাগৰাকীয়ে ।
বুধবাৰে হংকঙৰ চিউং ই-ক পৰাস্ত কৰে সিন্ধুৱে । তেওঁ ২১-৯, ২১-১৬ ব্যৱধানত জয়ী হয় । এই দুৰ্দান্ত জয়ৰ পাছত প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পি ভি সিন্ধুৰ ।
প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ মিয়া ব্লিচফেল্ডৰ স’তে প্ৰতিদ্বন্দিতা কৰিব সিন্ধুৱে । তেওঁ বিশ্বৰ ১২ নম্বৰ তাৰকা ।
News Flash:
P.V Sindhu cruises into Pre-QF of Women's Singles after topping her Group J (2 out of 2 wins).
Sindhu got the better of Ngan Yi Cheung (WR 34) 21-9, 21-16 in her 2nd group match. #Tokyo2020withIndia_AllSports pic.twitter.com/8pPShaoezn— India_AllSports (@India_AllSports) July 28, 2021